মূল বিষয়বস্তুলৈ যাওক |
ৱাল অৱ ফেমলৈ উভতি যাওক

ৰাজ্য : ত্ৰিপুৰা

জিলা : দক্ষিণ ত্ৰিপুৰা

ব্লক : সাতচান্দ 

গাঁও : মাগুৰচৰা

স্ব-সহায় গোট : নাৰী শক্তি মহিলা দল

জীৱিকা কাৰ্যকলাপ : ছাগলী পালন, খেতি আৰু শীতকালীন কাপোৰ

লখপতি দিদি'ৰ যাত্ৰা

ভাৰতৰ এক প্রাণৱন্ত কোণত 'নাৰী শক্তি মহিলা দল' বিকশিত হৈছিল। এক স্ব-সহায় গোট হিচাপে ঐক্যবদ্ধ হৈ তেওঁলোকে ঋণৰ জৰিয়তে আৰ্থিক স্বাধীনতা লাভ কৰি নতুন জীৱিকা আৰম্ভ কৰিছিল। জ্ঞানৰ সন্ধানত অবিচলিত হৈ তেওঁলোকে 'ডে-ৰাষ্ট্ৰীয় জীৱিকা অভিযান (DAY-NRLM) ত্ৰিপুৰা'ৰ পৰা সহায় বিচাৰিছিল আৰু বৈজ্ঞানিক পশুপালন ব্যৱস্থাপনাত পাৰদৰ্শিতা লাভ কৰিছিল। কিন্তু তেওঁলোকৰ উচ্চাকাংক্ষা আৰু অধিক উৰ্ধমুখী আছিল। 

উপাৰ্জনৰ উৎসসমূহ বৈচিত্ৰ্যময় কৰি তেওঁলোকে একাধিক জীৱিকা গ্ৰহণ কৰিছিল আৰু দুৰ্যোগৰ বিৰুদ্ধে এক সুৰক্ষা কৱচ গঢ়ি তুলিছিল। মাহিলী ২৫,০০০-৩০,০০০ টকাৰ গড় আয়ৰ সৈতে তেওঁলোক আজি স্বাৱলম্বী; তেওঁলোক অগণন মহিলাৰ বাবে প্ৰেৰণা আৰু সামূহিক প্ৰচেষ্টা তথা সবলীকৰণৰ পৰিৱৰ্তনশীল শক্তিৰ এক প্ৰমাণ। আশাৰ কিৰণস্বৰূপ তেওঁলোকৰ কাহিনীয়ে কৈ যায় – ভৱিষ্যৎ তেওঁলোকৰ যিয়ে ইয়াক পুনৰ লিখিবলৈ সাহস কৰে। 

অধিক চাওক