ফেৰিকা লাপাছাম
ৰাজ্য : মেঘালয়
জিলা : পশ্চিম জয়ন্তীয়া পাহাৰ
ব্লক : লাস্কেইন
গাঁও : মৌকািয়াও
স্ব-সহায় গোট : চিৰুপ চিৰুপ স্ব-সহায় গোট
জীৱিকাৰ কাৰ্যকলাপসমূহ : ইলেক্ট্ৰনিক্স আৰু মবাইল ৰিটেইল শ্বপ, ষ্টেচনাৰী, প্ৰসাধন সামগ্ৰীৰ ব্যৱসায় আৰু বিক্ৰী
লখপতি দিদি'ৰ যাত্ৰা
তিনিটা সন্তানৰ একক মাতৃ ফেৰিকা লাপাছামৰ এখন নিজা দোকান আছে। তেওঁ 'চিৰুপ চিৰুপ' স্ব-সহায় গোটৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য আছিল। গোটত যোগ দিয়াৰ পিছত তেওঁ গোটৰ মাত্ৰ ১০,০০০ টকাৰ পুঁজি ব্যৱহাৰ কৰে আৰু নিজৰ ভনীয়েকৰ অলপ সহায়ত ইলেক্ট্ৰনিক্স, মবাইল ৰিটেইল, ষ্টেচনাৰী, প্ৰসাধন সামগ্ৰী আৰু কফি মেচিনৰ (যিটো ভালদৰে চলি আছে) ব্যৱসায় সম্প্ৰসাৰিত কৰে। তেওঁ এতিয়া বছৰি ৪,৮০,০০০ টকা উপাৰ্জন কৰে আৰু পৰিয়ালটোক এক উন্নত জীৱনশৈলী প্ৰদান কৰিবলৈ সক্ষম হৈছে। ফেৰিকা NRLM ৰ সহায়ৰ বাবে কৃতজ্ঞ, যাৰ জৰিয়তে তেওঁ শূন্যৰ পৰা আৰম্ভ কৰি আজি নিজৰ পৰিশ্ৰমেৰে এগৰাকী গৌৰৱান্বিত 'লখপতি দিদি' হৈ পৰিছে।