বিল এণ্ড মেলিন্দা গেইটছ ফাউণ্ডেশ্বন (বিএমজিএফ)
সংগী: ২২ জানুৱাৰী ২০২০ ৰ পৰা
শ্রেণী : আইবি-চিবি/পাম
অংশীদাৰিত্বৰ পৰিসৰ:
বিল এণ্ড মেলিন্দা গেইটছ ফাউণ্ডেশ্বন (BMGF) গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ সৈতে জড়িত হৈ আছে, যি কৃষি আৰু গ্ৰাম্য জীৱিকাৰ ক্ষেত্ৰত পাম, পামেতৰ আৰু অনা-পাম সম্পৰ্কীয় ফলাফলসমূহ উন্নত কৰাৰ বাবে শিক্ষণ আৰু প্ৰমাণ (evidence) সৃষ্টিৰ বাবে সমৰ্থন আগবঢ়ায়। সমৰ্থনৰ প্ৰধান ক্ষেত্ৰসমূহ হ’ল:
- গ্ৰাম্য সামগ্ৰীৰ বাবে স্থানীয় বজাৰ ব্যৱস্থাৰ বিকাশ, গ্ৰাম্য সামগ্ৰীৰ বাবে সামগ্ৰীৰ পেকেজিং আৰু লেবেলিং, স্থানীয় মূল্য সংযোজনৰ বাবে প্ৰযুক্তি, কষ্ট লাঘৱ আৰু উন্নত দক্ষতা, ডিজিটেল প্ৰযুক্তিৰ প্ৰয়োগ, উন্নত তথ্য সংগ্ৰহ আৰু কাৰ্যক্ষমতা নিৰীক্ষণৰ বাবে প্ৰণালী একত্ৰীকৰণ (system integration), আৰু জীৱিকাৰ বিৱিধকৰণৰ বাবে পদ্ধতিসমূহ শক্তিশালী কৰা।
- সামগ্ৰিক জীৱনৰ মান উন্নত কৰাৰ বাবে তেওঁলোকে স্বাস্থ্য আৰু পুষ্টি (H&N) ক এটা মূল কাৰ্যসূচী উপাদান হিচাপে অন্তৰ্ভুক্ত (integrate) কৰিবলৈ (NRLM) ক সমৰ্থন কৰিব।
অংশীদাৰ ৱেবছাইট: https://www.gatesfoundation.org/our-work/places/india