মূল বিষয়বস্তুলৈ যাওক |
সহযোগী সংস্থাসমূহলৈ ঘূৰি যাওক

শ্রেণী : এফ আই

অংশীদাৰিত্বৰ পৰিসৰ: DAY-NRLM আৰু ডেলয়টৰ সৈতে থকা সহযোগিতাৰ সময়ত তলত দিয়া সমৰ্থন উৎপ্ৰেৰিত (catalyze) কৰাৰ পৰিকল্পনা কৰা হৈছে: 

  • বেংক সখীক উচ্চস্তৰলৈ নিয়াৰ (upscaling) বাবে কৰ্ম পৰিকল্পনা প্ৰস্তুত কৰা।
  • (SHG) ইক'চিষ্টেমত ডিজিটেল প্ৰযুক্তিবিদ্যাৰ অন্তৰ্ভুক্তিৰ সম্ভাৱনা (potential) আৰু পৰিসৰৰ (scope) ওপৰত প্ৰতিবেদন। 
  • ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছনসমূহ আৰু ফিনটেকৰ মাজত অংশীদাৰিত্বৰ সুবিধা প্ৰদান কৰা। 
  • ডিজিটেল ফাইনেন্সৰ ওপৰত ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছনসমূহলৈ চলন্ত সহায় (hand holding) আৰু কাৰিকৰী সমৰ্থন আগবঢ়োৱা।

অংশীদাৰ ৱেবছাইট: https://www2.deloitte.com/in/en/industries/government-public-services.html

frame