মূল বিষয়বস্তুলৈ যাওক |
সহযোগী সংস্থাসমূহলৈ ঘূৰি যাওক

শ্রেণী : পাম / খেতি

সংগী: 7 মে’ 2022 ৰ পৰা

অংশীদাৰিত্বৰ পৰিসৰ: ফাউণ্ডেচন ফৰ ডেভেলপমেণ্ট অফ ৰুৰেল ভেল্যু চেইন (FDRVC) DAY-NRLM সমৰ্থন সংস্থা (NSO) হিচাপে কাম কৰে। 

  • তেওঁলোকে DAY-NRLM ৰ অধীনত ফাৰ্ম (farm) আৰু নন-ফাৰ্ম (non-farm) মূল্য শৃংখল উন্নয়নৰ পদক্ষেপৰ ওপৰত মন্ত্ৰালয় আৰু ৰাজ্যসমূহক কাৰিকৰী সহায় (technical support) আগবঢ়ায়। 
  • তেওঁলোকে সুযোগ চিনাক্ত কৰাত, প্ৰডিউচাৰ এণ্টাৰপ্ৰাইজসমূহক (Producer Enterprises) প্ৰোৎসাহিত কৰিবলৈ ব্যৱসায়িক পৰিকল্পনা (business plan) প্ৰস্তুত কৰাত, প্ৰডিউচাৰ এণ্টাৰপ্ৰাইজসমূহক ৰূপায়ণৰ সহায় (implementation support) প্ৰদান কৰাত, সামৰ্থ্য বৃদ্ধিৰ কাৰ্যকলাপসমূহক (capacity building activities) সুগম কৰাত আৰু প্ৰডিউচাৰ এণ্টাৰপ্ৰাইজ তথা ইয়াৰ সদস্যসকলক হাতে-কামে সহায় (handholding support) প্ৰদান কৰাতো সহায় কৰে।

অংশীদাৰ ৱেবছাইট: https://www.fdrvc.org/about-us

frame