মূল বিষয়বস্তুলৈ যাওক |
সহযোগী সংস্থাসমূহলৈ ঘূৰি যাওক

সংগী: 2 নৱেম্বৰ 2021 ৰ পৰা 

শ্রেণী : অনা-কৃষি

অংশীদাৰিত্বৰ পৰিসৰ: ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ (State Rural Livelihoods Mission) সকলো অংশীদাৰৰ বাবে পাৰস্পৰিক অংশীদাৰী মূল্য সৃষ্টি কৰা, সমাজৰ পিছপৰা অংশৰ বাবে ব্যৱসায় আৰু বাণিজ্যৰ অন্তৰ্ভুক্তিৰ সুযোগ বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া, যাৰ জৰিয়তে – 

  • চিহ্নিত ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানসমূহৰ (SRLMs) জৰিয়তে ফ্লিপকাৰ্টৰ ফ্লিপকাৰ্ট সমৰ্থ (Flipkart Samarth) উদ্যোগত গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ অংশগ্ৰহণ।
  • চিহ্নিত ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানসমূহৰ (SRLMs) বিশেষ সামগ্ৰীসমূহ প্ৰদৰ্শন কৰাৰ বাবে শিল্পী, বোৱনী আৰু কাৰুশিল্পীসকলৰ বাবে ৰাষ্ট্ৰীয় বজাৰৰ সুবিধা প্ৰদান কৰা।
  • নিৰ্বাচিত এচআৰএলএমসমূহে (SRLMs) ফ্লিপকাৰ্ট সমৰ্থ (Flipkart Samarth) সম্পৰ্কে সজাগতা সৃষ্টি কৰা আৰু ই-কমাৰ্চ পৰিৱেশ তন্ত্ৰৰ (e-commerce ecosystem) বিষয়ে প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা।
  • ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানসমূহ (State Rural Livelihoods Missions) আৰু ফ্লিপকাৰ্ট গ্ৰুপৰ মাজত অংশীদাৰিত্ব সুগম কৰা, যাতে DAY-NRLM স্ব-সহায়ক গোটে সময়সীমাৰ ভিতৰত ফ্লিপকাৰ্ট সমৰ্থ (Flipkart Samarth) উদ্যোগটো ব্যৱহাৰ কৰিব পাৰে।

অংশীদাৰ ৱেবছাইট: https://stories.flipkart.com/flipkart-samarth-artisans-weavers-small-businesses/

frame