ইণ্ডিয়ান বেংক
সংগী: 16 জুলাই 2020 ৰ পৰা
শ্রেণী : এফ আই
অংশীদাৰিত্বৰ পৰিসৰ:
- গ্ৰাম্য উন্নয়ন মন্ত্ৰালয় আৰু ইণ্ডিয়ান বেংকে স্ব-সহায়ক গোটৰ বেংক ঋণৰ বাবে সূদ ৰেহাই (Interest Subvention) ৰূপায়ণৰ বাবে নডেল বেংক (Nodal Bank) হিচাপে কাম কৰিবলৈ হাত মিলাইছে।
অংশীদাৰ ৱেবছাইট: https://indianbank.in/departments/press-releases/