মূল বিষয়বস্তুলৈ যাওক |
সহযোগী সংস্থাসমূহলৈ ঘূৰি যাওক

শ্রেণী : অনা-কৃষি

অংশীদাৰিত্বৰ পৰিসৰ: গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ে স্থানীয় সম্প্ৰদায়, শিল্পী, বোৱনী আৰু সমবায় সংস্থাসমূহক তেওঁলোকৰ সামগ্ৰী বিক্ৰী কৰিবলৈ বজাৰখন ব্যৱহাৰ কৰিবলৈ সক্ষম কৰি সহায় কৰাৰ বাবে ৰিলায়েন্স ৰিটেইল লিমিটেড ("জিয়ো মাৰ্ট" - Jio Mart) ৰ সৈতে 2023 চনৰ 22 ডিচেম্বৰত হাত মিলাইছে।
1) ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ (National Rural Livelihood Mission) স্ব-সহায়ক গোটৰ সদস্যসকলক জিয়ো মাৰ্টত (JioMart) বিক্ৰেতা হিচাপে অন্তৰ্ভুক্ত (onboarding) কৰি তেওঁলোকক বজাৰৰ সুবিধা (market access) প্ৰদান কৰা।
2) ই স্ব-সহায়ক গোট (Self Help Group) আৰু তেওঁলোকৰ ফেডাৰেচনসমূহৰ জৰিয়তে দেশৰ বহুতো শিল্পী (artisans) ক জিয়ো মাৰ্টত (Jio Mart) তেওঁলোকৰ সামগ্ৰী তালিকাভুক্ত (list) কৰিবলৈ সমৰ্থন কৰে।
3) প্ৰজেক্ট মনিটৰ গোট এ (Project Monitor Group) জিয়ো মাৰ্ট প্লেটফৰ্মত (Jio Mart Platform) বিক্ৰেতা অন্তৰ্ভুক্তি (seller onboarding), সময়মতে বিতৰণ (timely delivery), সময়মতে পৰিশোধ (timely payment) আৰু কাৰ্য্যকৰী সমৰ্থনৰ (operational support) ওপৰত নিৰীক্ষণ কৰিব।
4) ৰাজহুৱা যোগাযোগত (public communication) তেওঁলোকে ইজনে সিজনৰ অৱদানক (contribution) পাৰস্পৰিকভাৱে (mutually) স্বীকাৰ কৰে।

frame