মূল বিষয়বস্তুলৈ যাওক |
সহযোগী সংস্থাসমূহলৈ ঘূৰি যাওক

শ্রেণী : ফাইনেন্সিয়েল ইনক্লুজন (এফ.আই.)

অংশীদাৰিত্বৰ পৰিসৰ: গ্ৰাম্য উন্নয়ন মন্ত্ৰালয় আৰু ছা-ধন (SA-DHAN) এ স্ব-সহায়ক গোটৰ (Self Help Group) পৰিপক্ক সদস্যসকলৰ মাজত মহিলা নেতৃত্বাধীন উদ্যোগসমূহক প্ৰচাৰ কৰাৰ বাবে 2024 চনৰ 22 মাৰ্চত হাত মিলাইছে। নিৰ্বাচিত ৰাজ্যসমূহত নিম্নলিখিত কাৰ্য্যসমূহ কৰিবলৈ অধিক জনোৱা হৈছিল।
1) নিৰ্বাচিত ৰাজ্যসমূহত মহিলা উদ্যোগসমূহৰ সম্ভাৱনীয়তাৰ (potential of women enterprises) ওপৰত 'স্কোপিং প্ৰতিবেদন' (scoping report) প্ৰস্তুত কৰা।
2) ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান (State Rural Livelihood Mission) আৰু আগশাৰীৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ (leading financing Institutions) মাজত অংশীদাৰিত্ব সুগম কৰা।
3) হস্তক্ষেপৰ (intervention) বাবে উপযুক্ত ডিজিটেল সঁজুলি (digital tools) বিকশিত কৰিবলৈ DAY-NRLM ক সহায় কৰা।
4) DAY-NRLM ৰ অংশীদাৰিত্বত প্ৰাসঙ্গিক অংশীদাৰসকলৰ (relevant Stakeholders) সৈতে কৰ্মশালা (workshops), আলোচনা-পৰামৰ্শ (consultations), আৰু প্ৰশিক্ষণ কাৰ্য্যসূচী (training Programmes) পৰিচালনা কৰা।
5) উদ্যোগীসকলৰ (entrepreneurs) বাবে সূতৰ ৰেহাইৰ (interest Subvention) সৈতে জড়িত আঁচনিসমূহ (Schemes) বিকশিত কৰা।

frame