মূল বিষয়বস্তুলৈ যাওক |
সহযোগী সংস্থাসমূহলৈ ঘূৰি যাওক

শ্রেণী : এফ আই

সংগী: 8 নৱেম্বৰ 2023 ৰ পৰা

অংশীদাৰিত্বৰ পৰিসৰ: সমগ্ৰ দেশজুৰি MSME (এমএছএমই) খণ্ডৰ প্ৰচাৰ, বিত্তীয় যোগান আৰু বিকাশৰ বাবে ছিডবি (SIDBI) হৈছে প্ৰাথমিক বিত্তীয় প্ৰতিষ্ঠান। এই অংশগ্ৰহণৰ সময়ত, DAY-NRLM (ডে-এনআৰএলএম) আৰু SIDBI য়ে নিম্নলিখিত ধৰণে উদ্যোগিক (entrepreneurial) আৰু বিত্তীয় ইকোচিষ্টেমক (financial ecosystem) ত্বৰান্বিত কৰিব:

  • নিৰ্বাচিত ৰাজ্যসমূহত মহিলা উদ্যোগসমূহৰ সম্ভাৱনীয়তাৰ (potential of women enterprises) ওপৰত 'স্কোপিং প্ৰতিবেদনসমূহ' (scoping reports) প্ৰস্তুত কৰা। 
  • স্ব-সহায়ক গোটৰ (SHG) সদস্যসকলৰ মাজত সম্ভাৱ্য উদ্যোগীসকলক (potential entrepreneurs) চিনাক্তকৰণ/বাছনিৰ বাবে এক মানক প্ৰট’কল (Standard protocol) স্থাপন কৰা। 
  • ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানসমূহ (SRLMs) আৰু আগশাৰীৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ (leading financing institutions) মাজত অংশীদাৰিত্ব সুগম কৰা। 
  • নতুন বিত্তীয় আঁচনিসমূহ (New financial schemes) (ক্ৰেডিট গেৰাণ্টি/সূতৰ ৰেহাই - credit guarantee/interest subvention) ডিজাইন কৰা আৰু ৰূপায়ণ কৰা।
  • মহিলা নেতৃত্বাধীন উদ্যোগসমূহক (women-led enterprise) প্ৰসাৰ কৰাৰ বাবে আৰু ইয়াৰ বিস্তাৰ/পুনৰাবৃত্তিৰ (scaling up/replication) বাবে স্পষ্ট মডেলসমূহ (clear models) আৰম্ভ কৰা।

অংশীদাৰ ৱেবছাইট: https://www.sidbi.in/

frame